ধুবৰী,১৮জুলাই: অসম জাতীয় পৰিষদে ধুবুৰী জিলাৰ চাপৰত বহুকেইখন ৰাজনৈতিক সচেতনতা সভা অনুষ্ঠিত কৰে। উক্ত সভাত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বহুকেইজন নেতা উপস্থিত থাকে। ভাষণত মৌলানা বদৰুদ্দিন আজমলক টাৰ্গেট কৰি বহু বিষ্ফোৰক মন্তব্য প্ৰদান কৰা দেখা যায়। বিশেষকৈ লোকসভা নিৰ্বাচন বহু আগতীয়াকৈ বদৰুদ্দিন আজমলক উৎখাত কৰিবলৈ এইবেলি তৎপৰ হৈছে অসম জাতীয় পৰিষদ। অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে কয় যে ধুবুৰী জিলাত অসম জাতীয় পৰিষদে এক হাজাৰ সভা অনুষ্ঠিত কৰিব লগতে মৌলানা বদৰুদ্দিন আজমলক তীব্ৰ বাক্য বানেৰে থকা সৰকা কৰে।
Home
ৰাজ্য
ধুবুৰী জিলাত এক হাজাৰ সভা অনুষ্ঠিত কৰিব অসম জাতীয় পৰিষদে,লগতে বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ
Subscribe to:
Post Comments
(
Atom
)
0 Comments:
Post a Comment