পাঁচটা গেৰাণ্টিৰে কংগ্ৰেছৰ প্ৰতিশ্ৰুতি
গুৱাহাটী,৩ এপ্ৰিলঃ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৫টা গেৰান্টিৰ সবিশেষ বৰ্ণনা কৰি প্ৰকাশ কৰা কাৰ্ডখন আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমীয়া ভাষাত গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত প্ৰকাশ কৰা হয়। সংবাদমেল যোগে প্ৰকাশ কৰা উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰ্যবেশক ৰাহুল ব'লে। উক্ত পঞ্চ গেৰান্টিৰ কাৰ্ড খনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে 'ৱাৰ ৰোম'ৰ অধ্যক্ষ মেহদী আলম বৰা, প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নৃপেন ঠাকুৰীয়া আৰু মিডিয়া বিভাগৰ কো-চেয়াৰমেন বেদব্ৰত বৰাই।

0 Comments:
Post a Comment