ৰাষ্ট্ৰপতিক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ


কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক সৌজন্যমূলক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী হিচাপে পুনৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত সোণোৱালে আজি প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু সাদৰ-সম্ভাষণ যাচি বিভিন্ন দিহা-পৰামৰ্শ গ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment