মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভনী


গুৱাহাটী,১৮ অক্টোবৰ : আজি "মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান"ৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম পৰ্যায়ত ২৫ হাজাৰ শিক্ষিত যুৱক-যুৱতীক আৰ্থিক সাহায্য প্ৰদান কৰাৰ পাছত পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে এই দূৰদৰ্শী আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা বিভিন্ন খণ্ডত প্ৰায় ৭৫ হাজাৰ গৰাকী যুৱক-যুৱতীক মুঠ ২ লাখৰ পৰা ৫ লাখলৈকে প্ৰদান কৰিব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment