গুৱাহাটী,৯ জানুৱাৰী : বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই। শ্বিলঙৰ বেথানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্রীগৰাকীয়ে। ‘পাৰঘাট’ চলচ্চিত্রৰ জৰিয়তে বোলছবি জগতত প্রৱেশ কৰিছিল অভিনেত্ৰীগৰাকীয়ে।২০০২ চনত বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক বিষ্ণুৰাভা সন্মানেৰে সন্মানিত কৰিছিল অসম চৰকাৰে। ১৯৩২ চনত শ্বিলঙত জন্ম হোৱা জ্ঞানদা কাকতিয়ে জনপ্রিয় ছবি পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ আদিত অভিনয় কৰিছিল। বুধবাৰে ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে।
বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

0 Comments:
Post a Comment