জন্মশতবাৰ্ষিকী অনুষ্ঠানত ভাৰত ৰত্ন ভূপেন হাজৰিকালৈ গীতেৰে শ্ৰদ্ধাঞ্জলি


গুৱাহাটী,১৩ ছেপ্টেম্বৰ : প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১২০০ শিল্পীয়ে গালে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ১৪টা কালজয়ী গীতেৰে প্ৰস্তুত কৰা বিশেষ গীত। আজি খানাপাৰাত অনুষ্ঠিত ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমৱেত হোৱা প্ৰায় ১,২০০ গৰাকী শিল্পীয়ে একেলগে পৰিৱেশন কৰে সুধাকণ্ঠৰ কিছু কালজয়ী গীত।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment