- লোকসভা নিৰ্বাচনক লৈ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সংবাদমেল।
- ‘নিৰ্বাচনক লৈ তৎপৰ হৈ আছে অসম আৰক্ষী, যাতে সুৰক্ষিতভাৱে ভোট দিব পাৰে তাক লৈ কৰা হৈছে সকলো যাৱতীয় ব্যৱস্থা’
- ‘নিৰ্বাচনৰ পূৰ্বে জমা কৰা হ’ব NBW আৰু অনুজ্ঞাপত্ৰ থকা সকলো অস্ত্ৰ’
- ‘নিৰ্বাচনৰ সুৰক্ষাত ব্যৱহাৰ কৰা হ’ব ৯০টা কোম্পানীৰ অৰ্ধসামৰিক বাহিনী’
- ‘অতিৰিক্ত ৩৩টা কোম্পানীৰ নিৰাপত্তাৰক্ষী আহি পাইছে ’
- ‘ব্যৱহাৰ কৰা নহয় NRCত দায়িত্বত থকা নিৰাপত্তাৰক্ষী’
- ‘ছচিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ অসম আৰক্ষীৰ’
- ‘জিলা আৰক্ষী অধীক্ষকসকলে নজৰ ৰাখিব ছচিয়েল মিডিয়াত’
- ‘নিৰ্বাচনত যাতে বহিঃৰাজ্যৰ কোনেও কূটাঘাত কৰিব নোৱাৰে তাৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে’
- ‘ইয়াৰ বাবে সীমান্ত ৰাজ্যৰ আৰক্ষী সঞ্চালকৰে যোগাযোগ অব্য্যাহত, নিৰ্বাচনী হিংসা ৰোধৰ বাবেও লোৱা হৈছে ব্যৱস্থা।
Copy- Asomoiya Pratidin

0 Comments:
Post a Comment