গুৱাহাটী : দিছ্পুৰ প্ৰেছ ক্লাৱৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিৱেশনত বিভিন্ন সংবাদ মাধ্যমৰ সংবাদিকসকল উপস্থিত থাকে। পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক নৰেন হাজৰিকাই। উক্ত সভাস্থলীতে পুৰণি সমিতি ভংগ কৰি ২২ জনীয়া এখন নতুন সমিতি গঠন কৰা হয়।
নতুনকৈ গঠন হোৱা সমিতিৰ বিষয়ববীয়াসকল হল—
উপদেষ্টা : অমল গুপ্ত , দীনেশ কাকতি নাথ , উৎপল বনিয়া
সভাপতি : নৰেন হাজৰিকা
কাৰ্য্যকৰি সভাপতি : বিজু ফুকন দাস
উপ সভাপতি : ইমদাদ আল্লাহ খান , কৌশিক ডেকা , হেমন্ত মজুমদাৰ
সাধাৰণ সম্পাদক : কুঞ্জ মোহন ৰায়
সহ সম্পাদক : কৰৱী বৰশইকীয়া, মাইনা গোস্বামী
কোষাধ্যক্ষ : ৰিদিপ কলিতা
প্ৰচাৰ সম্পাদক : দীপাংকৰ মেধি , আৰ্চ্ছাদ বৰা
কাৰ্যালয় সম্পাদক : ছৰিফুদ্দিন আহমেদ
কাৰ্যবাহী সদস্য/সদস্যা :
জাহিদুল ইছলাম, লক্ষী প্ৰসাদ বৰুৱা, অনুপমা ডেকা, লীনা গগৈ, মৃণাল মহন্ত ।


0 Comments:
Post a Comment