গুৱাহাটী : মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি গুৱাহাটী লােকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্রার্থী কুইন ওজাৰ মনােনয়ন পত্র দাখিল শােভা যাত্ৰাত অংশ গ্রহণ কৰাৰ লগতে প্রার্থী গৰাকীৰ মনােনয়ন পত্র দাখিলৰ সময়তাে উপস্থিত থাকে।
এই বিশাল শােভাযাত্ৰাত বিত্ত বিভাগৰ মন্ত্রী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শর্মা, শিক্ষা মন্ত্রী সিদ্ধার্থ ভট্টাচর্য, মন্ত্রী কেশৱ মহন্ত, সাংসদ বিজয়া চক্ৰৱৰ্তী আৰুৰমেন ডেকা, বিধায়কসকল ক্রমে অতুল বৰা, সুমন হৰিপ্রিয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ ৰাম মাধৱ, মহেন্দ্র সিঙৰ লগতে সমষ্টিটোৰ অন্তৰ্গত মিত্ৰজোঁটৰ কর্মকর্তা আৰু বিষয়ববীয়াৰ লগতে সহস্রাধিক জনসাধাৰণেও অংশ গ্রহণ কৰে।


0 Comments:
Post a Comment