অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ আবাসগৃহৰ 40 শতাংশ আবাসগৃহ ভূমিহীন সাংবাদিকৰ বাবে সংৰক্ষন আৰু আবণ্টনৰ দাবীত আজি যৌথ মঞ্চৰ ফালৰ পৰা বিভাগীয় মন্ত্ৰী মাননীয় অতুল বৰাক স্মাৰক পত্ৰ প্ৰদান কৰা হ'য় ।
মঞ্চৰ হৈ জেষ্ঠ্য সাংবাদিক অমল গুপ্ত , চন্দ্ৰ কুমাৰ বৰুৱা , দিব্যজ্যোতি ৰাভা আৰু কুঞ্জ মোহন ৰায়ে এই স্মাৰক পত্ৰ প্ৰদান কৰে ।
0 Comments:
Post a Comment