স্বাধীনতা দিৱসৰ পূৰ্বে সাংবাদিক পেঞ্চন লাভ কৰা ২০জন জ্যেষ্ঠ সাংবাদিকৰ তালিকা প্ৰকাশ…
প্ৰতি মাহে ৮ হাজাৰ টকাকৈ পেঞ্চন লাভ কৰিব এইসকল সাংবাদিকে।
ৰাজ্য চৰকাৰ সাংবাদিক পেঞ্চন লাভ কৰা জ্যেষ্ঠ সাংবাদিকসকল ক্ৰমে-
দীপক দাস, কৰিমগঞ্জ
নাথমাল তিব্ৰেৱালা, শোণিতপুৰ
ইকবাল আহমেদ, ডিব্ৰুগড়
অমূল্য খাটনিয়াৰ, তিনিচুকীয়া
উদয় শংকৰ বৰগোঁহাই, কামৰূপ (মেট্ৰ’)
ঘণকান্ত দাস, বিশ্বনাথ চাৰিআলি
সত্যনাৰায়ণ মিশ্ৰ, কামৰূপ (মেট্ৰ’)
হিমেন ভট্টাচাৰ্য, তিনিচুকীয়া,
পদ্মেশ্বৰ চিত্ৰকৰ, কামৰূপ (মেট্ৰ’)
কিৰণ কুমাৰ মুখাৰ্জী, নগাঁও
বপন হাজৰিকা, ওদালগুৰি
অৰুণ কুমাৰ দাস, যোৰহাট
সঞ্জয় বৰকাকতি, কামৰূপ (মেট্ৰ’)
জীতেন শৰ্মা, তিনিচুকীয়া
ৰঞ্জিত কুমাৰ দাস, ওদালগুৰি
বলেন্দ্ৰ কলিতা, কামৰূপ (মেট্ৰ’)
হৰেণ শৰ্মা, যোৰহাট
চম্পক বৰবৰা, কামৰূপ (মেট্ৰ’)
ইমৰাণ হুছেইন, কামৰূপ (মেট্ৰ’)
দিপাংকৰ ৰয়, কামৰূপ (মেট্ৰ’)
0 Comments:
Post a Comment