৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ আৰম্ভ

৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ আৰম্ভ

ষ্টাফৰিপৰ্টাৰ, ১ অক্টোবৰ, আজিৰে পৰা আৰম্ভ হৈছে ৬৫ সংখ্যক বন্যপ্ৰাণী সপ্তাহ। অসম ৰাজ্যিক
চিৰিয়াখানাত বন বিভাগৰ উদ্যোগত পুৱা আয়োজন কৰা বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভনি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। উল্লেখ বন্যপ্ৰাণী সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ কৰিবলৈ প্ৰতিবছৰে পালন কৰা হয় বন্যপ্ৰাণী সপ্তাহ। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। অনুষ্ঠানতে বন কৰ্মীসকলক সম্বৰ্ধনা জনায় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment