নৱৰাত্ৰি উপলক্ষে নতুন ৰূপত
কামাখ্যাধাম
ষ্টাফৰিপৰ্টাৰ, ১ অক্টোবৰ, নতুন ৰূপত উজলি উঠিছে শক্তিপীঠ কামাখ্যাধাম। নৱৰাত্ৰি উপলক্ষে নানাৰঙী ফুলেৰে আটকধুনীয়াকৈ সজোৱা হৈছে কামাখ্যা মন্দিৰ। শ্ৰীলংকা আৰু বাংগালুৰুৰ পৰা অনা ফুলেৰে সজাই পৰাই তোলা হৈছে কামাখ্যা ধাম। এন্থোৰিয়াম, অৰ্কিড, গোলাপেৰে জাতিষ্কাৰ কামাখ্যাধাম। দুৰ্গোৎসবত প্ৰতি বছৰে বহু সংখ্যক ভক্তৰ সমাগম ঘটে কামাখ্যা মন্দিৰত।
0 Comments:
Post a Comment