ৰাজ্যজুৰি "কাতি বিহু" পালন

ৰাজ্যজুৰি "কাতি বিহু" পালন



ষ্টাফৰিপৰ্টাৰ, ১৮ অক্টোবৰ : বাপতিসাহোন "কাতি বিহু"শুকুৰবাৰে ৰাজ্যজুৰি পালন কৰা হয়। কৃষি প্ৰধান অসম ভূমিত শুকুৰবাৰে শস্য শ্যামলা পথাৰত আকাশৱন্তী জ্বলাই গঞা ৰাইজে নিজৰ কৃষি ডৰাৰ শ্ৰী বৃদ্ধি কামনা কৰে। নিজৰ কৃষি ডৰা নদন বদব হোৱাৰ কামনাৰে লখিমীক সেৱা জনাই শৰাই আগবঢ়ায়। কাতি বিহুৰ
পৱিত্ৰ ক্ষণত ৰাইজৰ মংগল আৰু উত্তৰণ কামনা কৰে মুখ্যমন্ত্ৰী সৰ্বনন্দ সোনোৱালে। এক বিবৃতি যোগে মুখ্যমন্ত্ৰী গৰাকীয়ে আই লখিমীৰ আশীৰ্বাদত অসমৰ প্ৰতিখন খেতিপথাৰ, প্ৰতিটো ভঁৰাল সোণোৱালী শইচেৰে উপচি পৰাৰ আৰু খেতিয়ক ৰাইজৰ শ্ৰীবৃদ্ধিৰে ৰাজ্যখন সমৃদ্ধিৰ নতুন শিখৰত উপনীত হোৱাৰ কামনা কৰে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment