এন আৰ চি ৰ সমন্বয়ক প্ৰতীক হাজেলাক বদলি
ষ্টাফৰিপৰ্টাৰ, ১৮ অক্টোবৰ :এন আৰ চি ৰ সমন্বয়ক প্ৰতীক হাজেলাক বদলি কৰা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ে বদলিৰ নিৰ্দেশ দিলে প্ৰতীক হাজেলাক। জীৱনৰ নিৰাপত্তালৈ অহা ভাবুকিৰ বাবে বদলি কৰা হৈছে হাজেলাক। অসমৰ পৰা মধ্যপ্ৰদেশলৈ বদলি কৰা হ’ল প্ৰতীক হাজেলাক।
0 Comments:
Post a Comment