অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ নিৰ্বাচন
অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ নিৰ্বাচনৰ মনোনয়ন প্ৰপত্ৰ নিৰ্বাচনী বিষয়াৰ হাতত জমা দিয়াৰ দিন ৩ অক্টোবৰ আৰু ৪ অক্টোবৰ ধার্য কৰা হৈছে। প্ৰপত্ৰ জমা দিয়াৰ স্থান হৈছে অসম সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়।
দিনৰ ১১ বজাৰ পৰা ২ বজালৈ এই পত্ৰ জমা দিব পাৰিব।
0 Comments:
Post a Comment