দীপাৱলীৰ পূৰ্বে বৰপেটা আতচবাজী উদ্যোগত অঘটন
ষ্টাফৰিপৰ্টাৰ, ২২ অক্টোবৰ : পোহৰৰ উৎসৱৰ পূৰ্বে অন্ধকাৰ নামি আহিছে বৰপেটা আতচবাজী উদ্যোগলৈ। দীপমণি পাঠকৰ আতচবাজী উদ্যোগলৈ নামি আহিছে হাহাকাৰ । জুইত ভস্মিভূত হ'ল প্ৰায় সাত লাখ টকাৰ সামগ্ৰী । এই পৰ্যন্ত খবৰ লোৱা নাই ৰজাঘৰীয়াই।
চকুত চকুপানী লৈ দীপমণি পাঠকৰ চৰকাৰলৈ কাতৰ অনুৰোধ জনাইছে।
0 Comments:
Post a Comment