ৰাজ্যিক কৰ্মচাৰীৰ বাবে ১২ শতাংশ ৰ পৰা ১৭ শতাংশলৈ মৰগীয়া বানচ বৃদ্ধি
ষ্টাফৰিপৰ্টাৰ, ২২ অক্টোবৰ : চৰকাৰে দীপান্বিতাৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীৰ বাবে ১২ শতাংশ ৰ পৰা ১৭ শতাংশলৈ মৰগীয়া বানচ বৃদ্ধি কৰাত অনুমোদন দিয়া হেতু অসম সচিবালয় সেৱা সন্হাৰ তৰফৰ পৰা সভাপতি বাসৱ চন্দ্র কলিতা আৰু সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই মুখ্যমন্ত্রী আৰু বিত্ত মন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে আৰু লগতে আগন্তুক দীপান্বিতা উপলক্ষে মন্ত্ৰীৰ লগতে ৰাজ্যৰ কৰ্মচাৰী সকলক অভিনন্দন জ্ঞাপন কৰে।
0 Comments:
Post a Comment