জাতিংগা ফেষ্টিভেলৰ আয়োজক কমিটীৰ বিৰুদ্ধে গোচৰ
ষ্টাফৰিপৰ্টাৰ, ২৩ অক্টোবৰ : জাতিংগা ফেষ্টিভেলৰ আয়োজক কমিটী তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বিৰুদ্ধে গোচৰ তৰা হৈছে। হাফলং থানাত এই গোচৰ তৰিছে আছিং জেমি নামৰ এজন লোকে। ২০ অক্টোবৰৰ পৰা চলি থকা এই উত্সৱত বৃহত্ ফ্লাডলাইট আৰু উচ্চস্বৰৰ ছাউণ্ড ছীষ্টেম ব্যৱহাৰৰ বিৰুদ্ধে তৰা হৈছে এই গোচৰ।
0 Comments:
Post a Comment