গান্ধীবস্তিত স্বচ্ছ ভাৰত অভিযান
স্বৰাজ ইনফ্ৰা (swaraj infra) ৰ উদ্যোগত বুধবাৰে গুৱাহাটীৰ গান্ধী বস্তিত স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বৰাজ ইনফ্ৰাই অঞ্চলটোৰ স্থানীয় লোকৰ সহযোগিতাত গান্ধিবস্তীৰ ইছলামপূৰ ৰোড পৰিস্কাৰ পৰিচন্ন কৰে। এই কাৰ্যসূচীত গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা হেমন্ত ভৰালী, সহকাৰী অভিযন্তা অভিজিত চৌধুৰী, স্বৰাজ ইনফ্ৰাৰহৈ প্ৰাঞ্জল চৌধুৰী, সন্দ্বীপ মহেশ্বৰীৰ লগতে গড়কাপ্তানী বিভাগৰ বিষয় ববীয়াৰ, বহু সংখ্যক স্থানীয়লোক উপস্থিত থাকে।
0 Comments:
Post a Comment