নৱগ্ৰহ দেৱালয় প্ৰাংগণত ফ্ৰী হেল্থ চেন্টাৰ

নৱগ্ৰহ দেৱালয় প্ৰাংগণত ফ্ৰী হেল্থ চেন্টাৰ



ষ্টাফৰিপৰ্টাৰ, ১৯ অক্টোবৰ  :গুৱাহাটী চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ দেৱালয়ৰ বাকৰিত বীৰ শনিবাৰে লাচিত সেনা অসম,কামৰূপ জিলা সমিতিৰ উদ্যোগত আৰু নৱগ্ৰহ যুৱ সংঘৰ সহযোগত নৱগ্ৰহ দেৱালয়ৰ পূজাৰীকে ধৰি স্থানীয় ব্যক্তিসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজিত হয় ।দিনৰ  ১১বজাৰ পৰা ২-৩০বজালৈ মুঠ ১৩৭ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ব্যক্তিগত নাৰ্চি হোম মাৰোৱাৰী হস্পিটেলচে ৰোগীসকলক দিহা পৰামৰ্শ দিয়াৰ ওপৰি বহু পৰিমাণৰ ঔষধো যোগান ধৰে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment