কেচি দাস কমাৰ্চ কলেজৰ উদ্যোগত গছপুলি ৰোপন কাৰ্যসূচী
কেচি দাস কমাৰ্চ কলেজৰ উদ্যোগত বুধবাৰে কলেজ চৌহদ আৰু ছাত্ৰীবাৰী আৰৱান বুনিয়াদী বিদ্যালৰ চৌহদত গছপুলি ৰোপন কৰা হয়। মহাবিদ্যালয় খনৰ অধ্যাক্ষ হৃষীকেশ বৰুৱাৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰৰ লগতে বুনিয়াদি বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰণিতা দেৱী গোস্বামী, ছাত্ৰীবাৰী বাসিন্দা বাবুল ৰাজবংশী আদি উপস্হিত থাকি সহযোগ কৰে ৷লগতে কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰছাত্ৰী সকলে স্বচ্ছভাৰত অভিযান আৰু পদপথ যাত্ৰাৰ কাৰ্যাসুচীৰে সামৰণি কৰে ।
0 Comments:
Post a Comment