চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত শ্বেখ হাছিনা
চাৰিদিনীয়া ভ্ৰমণসূচীৰে দিল্লীত উপস্থিত হৈছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। ৫ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব শ্বেখ হাছিনাই। ভাৰত–বাংলাদেশ দ্বিপাক্ষিক চুক্তিক লৈ দুয়োগৰাকী প্ৰধানমন্ত্ৰীৰ মাজত আলোচনা হ’ব।
0 Comments:
Post a Comment