ট্ৰেফিক আইন কঠোৰভাৱে বলৱতৰ বাবে টাস্ক ফ’ৰ্চ

ট্ৰেফিক আইন কঠোৰভাৱে বলৱতৰ বাবে টাস্ক ফ’ৰ্চ

  ট্ৰেফিক আইন কঠোৰভাৱে বলৱতৰ বাবে টাস্ক ফ’ৰ্চ গঠন হ'ব। প্ৰতিখন জিলাত টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰক্ষী-পৰিবহণ-আবকাৰী বিষয়া-দণ্ডাধীশক লৈ টাস্ক ফ’ৰ্চ গঠন হ'ব। শেহতীয়াকৈ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাৰ বাবে এই সিদ্ধান্ত
লোৱা হৈছে।  ধুবুৰীৰ গোলকগঞ্জত হোৱা বিদ্যুৎ স্পৃষ্টৰ ঘটনা তদন্তৰ নিৰ্দেশ দিছে। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ৩ জনৰ নিকটাত্মীয়লৈ আঢ়ৈ লাখকৈ অনুদান আগবঢ়োৱা হৈছে। তিনিচুকীয়াৰ ৰঙাগড়াত দুৰ্ঘটনাত নিহতৰ নিকটাত্মীয়লৈ ২ লাখকৈ অনুদান আগবঢ়োৱা হৈছে।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment