চৰকাৰ–এন এছ চি এ ন ,( আই এম) )ৰ আলোচনাক লৈ আজি পুনৰ বৈঠক

চৰকাৰ–এন এছ চি এ ন ,( আই এম) )ৰ আলোচনাক লৈ আজি পুনৰ বৈঠক



ষ্টাফৰিপৰ্টাৰ, ২৯ অক্টোব : 
এন এছ চি এ ন ( আই এম)
ৰে সোমবাৰে বৈঠক সম্পন্ন হয়। এই বৈঠকত বিশেষ সিদ্ধান্তত উপনীত নহ’ল উভয় পক্ষ।ভাৰত চৰকাৰৰ হৈ মধ্যস্থতাকাৰী তথা প্ৰতিনিধি আৰ এন ৰবি। গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়ায়ো অংশ লৈছিল বৈঠকত ।
এন এছ চি এ ন ( আই এম)
ক প্ৰতিনিধিত্ব কৰিছিল থুইংগালেং মুইভাই।
মুইভাৰ সৈতে আছিলএন এছ চি এ ন ( আই এম)ৰ ১৫ জনীয়া দল।পৃথক পতাকা আৰু সংবিধানক লৈ নহ’ল চূড়ান্ত সিদ্ধান্ত।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment