মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ এন আৰ এল কৰ্মচাৰী সন্থাৰ
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ এন আৰ এল কৰ্মচাৰী সন্থাৰ। এন আৰ এল ক ব্যক্তিগতকৰণ নকৰাৰ আশ্বাস মন্ত্ৰীগৰাকীৰ। ৰাজ্য চৰকাৰৰ অংশীদাৰিত্ব বৃদ্ধি কৰাৰ আশ্বাস হিমন্ত বিশ্ব শৰ্মাৰ। এন আৰ এলত বৰ্তমান ১২.৩% অংশীদাৰিত্ব আছে ৰাজ্য চৰকাৰৰ। এন আৰ এলৰ প্ৰসংগ লৈ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰিব শৰ্মাই। এন আৰ এল কৰ্মচাৰী সন্থাই জনালে এই কথা।
0 Comments:
Post a Comment