নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

 নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ হৈছে  বিভিন্ন
দল-সংগঠনৰ প্ৰতিবাদক নেওচি আৰম্ভ হৈছে বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ কাম।
- ২০২৩ চনৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব এন এইচ পি চি কৰ্তৃপক্ষই
ইতিমধ্যে সম্পূৰ্ণ হৈছে ৫০ শতাংশ নির্মাণকার্য। বিভিন্ন পক্ষৰ পৰামৰ্শত ১০০ মিটাৰ বঢ়াই দিয়া হৈছে বান্ধৰ উচ্চতা।
Share on Google Plus

About News24 Reports

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment