গুৱাহাটীত ডা০ স্পেকটেকল'ৰ দ্বিতীয়খন মুকলি অপটিকেল মুকলি
ষ্টাফৰিপৰ্টাৰ,১৮ অক্টোবৰ : মাচ চোৱান অপর্টিকা প্ৰাইভেট লিমিটেড ৰ ডা০ স্পেকটেকল' য়ে শুকুৰবাৰে গুৱাহাটীৰ জু ৰোডৰ স্পেনিছ গাৰ্ডেনত দ্বিতীয় খন ৰিটেইল অপটিকেল অনুষ্ঠানিক ভাৱে মুকলি কৰে। এই উপলক্ষে অনুষ্ঠিত এখন সংবাদমেল যোগে ডাঃ সত্যেন ডেকাই কয়
"ইয়াৰ জৰিয়তে আমাৰ থলুৱা নিবনুৱা সকলে কৰ্মসংস্থাপন লাভ কৰাত সহায়ক হ'ব। লগতে গ্ৰাহকে উন্নত মানৰ সেৱা লাভ কৰিব আৰু উন্নত মানৰ চচমা, চচমাৰ ফ্ৰেম গ্ৰাহকক যোগান ধৰিব বুলি আশা কৰিলোঁ।"
আনহাতে, ৰাষ্ট্ৰীয় চেলচ প্ৰবন্ধক হিমাংশু দাসে কয় "এই অপটিকেলত গ্ৰাহকে -বিচৰা সকলো ধৰণৰ আন্ত:ৰাষ্ট্ৰীয় চশমা আৰু ছানগ্লাচৰ ডিচপ্লে'ৰ উপৰিও অভিজ্ঞতা সম্পন্ন চিকিৎসকৰে দ্বাৰা চকু পৰীক্ষা কৰা সুবিধা লাভ কৰিৱ। বিশেষ ভাবে গুৱাহাটী'কেৰ লগতে গোটেই উত্তৰ-পূৰ্বাঞ্চলৰ নিবনুৱা সকলৰ বাবে চাকৰি সৃষ্টি কৰি নিবনুৱা সকলক সংস্থাপন দিয়াৰ বাবে আমি গুৱাহাটীত দ্বিতীয়খন অপ্টিকেল মুকলি কৰিছোঁ। আমি ২০২০ চনৰ ৩১ মাৰ্চ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলত আমাৰ ৩০ খন অপ্টিকেল খোলা হ'ব। ইয়াৰ ভিতৰত গুৱাহাটীত ৬ ৰ পৰা ৮ খন অপ্টিকেল খোলা হ'ব।"
0 Comments:
Post a Comment