সংসদ ভৱনৰ মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত সোমবাৰে বিৰোধী INDIAৰ অংশীদাৰী দল সমূহৰ সাংসদ সকলে মণিপুৰ হিংসাৰ বিৰোধীতাৰে আৰু সংসদত মণিপুৰৰ বিষয়ে আলোচনা কৰাৰ দাবীৰে বিৰোধ প্ৰদৰ্শন কৰে।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment