গুৱাহাটীত মণিপুৰ কাণ্ডৰ প্ৰতিবাদ
গুৱাহাটীত মণিপুৰ কাণ্ডৰ প্ৰতিবাদ। দীঘলীপুখুৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত মণিপুৰত শান্তি ঘুৰাই অনাৰ দাবীত আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্লিপ্ত ভূমিকাৰ প্ৰতিবাদত ৰূপায়ন কৰা হয় বিক্ষোভ কাৰ্যসূচী। কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বিৰোধী ১২ ৰাজনৈতিক দলৰ নেতৃবৰ্গই।
0 Comments:
Post a Comment