স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেওবাৰে চ্যেলুট ত্রিৰংগা অসম প্ৰদেশৰ উদ্যোগত মহানগৰীৰ দীঘলীপুখুৰীৰ পৰা খানাপাৰালৈ এক বিশেষ ৰেলী উলিওৱা হয়। এই ৰেলীৰ যোগেদি চ্যেলুট ত্রিৰংগাৰ কৰ্মকর্তা সকলে সাপ্তাহিক বেলতলা বজাৰৰ বিভিন্ন ব্যৱসায়ী, ৰিক্সা চালক আৰু বিভিন্ন পথচাৰীক বিতৰণ কৰে ৰাষ্ট্রীয় পতাকা। মূলত আগন্তুক স্বাধীনতা দিৱস উপলক্ষে প্ৰায় ৪০০ পতাকা বিতৰণ কৰা হয়।

0 Comments:
Post a Comment