অসমত ভূটানৰ ৰজা



তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে ভূটানৰ ৰজা। ভূটানৰ পঞ্চমজন ৰজা জিগমে খেচাৰ নামগাৱেল ৱাংচুকক আজি গুৱাহাটীৰ বিমান বন্দৰত আদৰণি জনাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment