গুৱাহাটী,২ জানুৱাৰীঃ গুৱাহাটীৰ হোটেলত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰীৰ মৃতদেহ। ৩১ ডিচেম্বৰৰ নিশা জি এছ ৰোডৰ এখন বাৰত কৰিছিল পাৰ্টী। ১ জানুৱাৰীত পুৱা ৭ বজাত এখন হোটেলৰ কোঠাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। মৃত ছাত্ৰীগৰাকীৰ ঘৰ তেলেংগানাত বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ সৈতে আছিল দুই যুৱক আৰু এগৰাকী যুৱতী।অত্যাধিক সুৰাপান কৰাৰ বাবে যুবতীগৰাকীৰ মৃত্যুৰ সন্দেহ।
হোটেলত আই আই টি গুৱাহাটীৰ ছাত্রীৰ মৃতদেহ উদ্ধাৰ
গুৱাহাটী,২ জানুৱাৰীঃ গুৱাহাটীৰ হোটেলত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰীৰ মৃতদেহ। ৩১ ডিচেম্বৰৰ নিশা জি এছ ৰোডৰ এখন বাৰত কৰিছিল পাৰ্টী। ১ জানুৱাৰীত পুৱা ৭ বজাত এখন হোটেলৰ কোঠাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। মৃত ছাত্ৰীগৰাকীৰ ঘৰ তেলেংগানাত বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীৰ সৈতে আছিল দুই যুৱক আৰু এগৰাকী যুৱতী।অত্যাধিক সুৰাপান কৰাৰ বাবে যুবতীগৰাকীৰ মৃত্যুৰ সন্দেহ।
.jpeg)
0 Comments:
Post a Comment