গুৱাহাটী,২৪ জানুৱাৰীঃ ৰাজ্যত ধাৰাবাহিক ভাৱে জব্দ হৈ আছে গাঞ্জা আৰু ড্ৰাগছ। পুনৰ মহানগৰীত জব্দ হৈছে বুজন পৰিমাণৰ গাঞ্জা। মহানগৰীৰ নালাপাৰাত স্পেচিয়েল ট্ৰাস্ক ফৰ্চৰ অভিযানত জব্দ হৈছে ১২ কোটি টকাৰ মূল্যৰ গাঞ্জা। বিহাৰ অভিমুখী এখন ৰাবাৰভৰ্তি ট্রাকৰ পৰা জব্দ কৰা হয় বস্তাই বস্তাই গাঞ্জা।অতি কৌশলেৰে ৰবৰৰ মাজত লৈ আহিছিল কেইবাটাও গাঞ্জা ভৰ্তি বস্তা। আগৰতলাৰ পৰা বিহাৰলৈ লৈ যোৱাৰ সময়ত এছ টি এফে জব্দ কৰে গাঞ্জাভৰ্তি ট্ৰাক খন। AS-01-JC-7744 নম্বৰ ট্ৰাক খনৰ পৰা উদ্ধাৰ কৰে গাঞ্জাখিনি।
গুৱাহাটীত ১২ কোটি টকাৰ গাঞ্জা জব্দ

0 Comments:
Post a Comment