বকলীয়াঘাটৰ সমাজকৰ্মী মুকেশ আগৰৱালৰ মৃত্যুত শোকৰ ছাঁ


হাওৰাঘাট,২৭ জানুৱাৰী : কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট হালধীআটি গাওঁ নিবাসী মুকেশ আগৰৱালৰ (৫২) আজি হৃদৰোগত আক্ৰান্ত হৈ অকাল মৃত্যু হয় । আগৰৱাল সমাজত সকলোৰে মাজত জনপ্ৰিয় এগৰাকী সমাজকৰ্মী তথা ব্যৱসায়ী আছিল। মৃত্যুৰ সময়ত তেওঁ এই সংসাৰত এজন পুত্ৰ এৰি থৈ যায়। তেওঁৰ মৃত্যুত সমগ্ৰ বকলীয়াঘাট অঞ্চলতে শোকৰ ছাঁ পৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment