গুৱাহাটী,৬ মাৰ্চঃ গুৱাহাটীত ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ। বিজেপি দলে ভাৰতীয় ষ্টেট বেংকক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আজি ভাৰতীয় ষ্টেট বেংকৰ দিছপুৰ শাখাৰ সন্মূখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অসমৰ তত্বাবধায়ক মহিমা সিং, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ, উপ সভাপতি গুন গগৈ, প্ৰশাসনিক সাধাৰন সম্পাদক ৰামান্না বৰুৱা , অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।
ষ্টেট বেংকৰ দিছপুৰ শাখাৰ সন্মূখত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

0 Comments:
Post a Comment