ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল



গুৱাহাটী,৯ মে' : অৱশেষত ঘোষণা হ'ল ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল সমূহ এনেধৰণৰ-

কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৯.১৮শতাংশ :

* মুঠ ২০০৪৯৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৭৮৮০৬গৰাকী উৰ্ত্তীণ
* ৪০৪৯৯গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
* ৬৫৫৩২গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
* ৭২৭৭৫গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ

বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ  ৮৯.৮৮শতাংশ :

* মুঠ ৫৪৪৬০গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪৮৯৫৩গৰাকী উৰ্ত্তীণ
* ২৩৫৫২গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
* ১৭৩৩৯গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
* ৮০৬২গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ

বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৮৭.৮০শতাংশ :

* মুঠ ১৭,৩০৭গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৫১৯৬গৰাকী উৰ্ত্তীণ
* ৫৯১৫গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
* ৬০৮৭গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
* ৩১৯৪গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment