নিউজ ডেক্স,১২ জুন : এটা গোপন সূত্ৰৰ পম খেদি সীমান্ত ৰক্ষী বাহিনীৰ মিজোৰাম-কাছাৰ সীমান্ত সংমণ্ডলৰ জোৱানে কাছাৰ আৰক্ষীৰ সহায়ত কাছাৰ জিলাৰ কাটিগৰা সীমান্তত বুধবাৰে এক অভিযান চলায়। এই অভিযানত এজন চোৰাং চিকাৰীৰ সৈতে এখন টাটা ট্ৰাকৰ পৰা ১২ টা বাৰ্মিজ গৰু জব্দ কৰা হয়। এই গৰু কেইটা বাংলাদেশলৈ নিয়াৰ প্ৰয়াস কৰা হৈছিল।
বাংলাদেশ সীমান্তত চোৰাং চিকাৰীৰ পৰা ১২ টা বাৰ্মিজ গৰু উদ্ধাৰ
নিউজ ডেক্স,১২ জুন : এটা গোপন সূত্ৰৰ পম খেদি সীমান্ত ৰক্ষী বাহিনীৰ মিজোৰাম-কাছাৰ সীমান্ত সংমণ্ডলৰ জোৱানে কাছাৰ আৰক্ষীৰ সহায়ত কাছাৰ জিলাৰ কাটিগৰা সীমান্তত বুধবাৰে এক অভিযান চলায়। এই অভিযানত এজন চোৰাং চিকাৰীৰ সৈতে এখন টাটা ট্ৰাকৰ পৰা ১২ টা বাৰ্মিজ গৰু জব্দ কৰা হয়। এই গৰু কেইটা বাংলাদেশলৈ নিয়াৰ প্ৰয়াস কৰা হৈছিল।

0 Comments:
Post a Comment