লোকসভাৰ অধ্যক্ষ হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা ওম বিৰলাক আজি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ এনডিএ-ৰ সাংসদসকলে সাক্ষাৎ কৰে আৰু উষ্ম অভিনন্দন জ্ঞাপন কৰে। লগতে এই সময়ছোৱাত তেখেতসকলে সৌহাৰ্দপূৰ্ণ বাৰ্তালাপত মিলিত হয়।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment