গুৱাহাটী,৩০ অক্টোবৰ : আজি ৩০ অক্টোবৰ, অসমৰ ইতিহাসৰ এটা ক’লা দিন। ২০০৮ চনৰ আজিৰ দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কপি উঠিছিল সমগ্ৰ অসম। কলা ধোৱাই আৱৰি ধৰিছিল ৰাজ্য, চাৰিওফালে কেৱল হুৱাদুৱা। বহুজনে হেৰুৱাইছিল জীৱন, বহুজনে আকোৱালি লৈছিল পংগুত্ব। এই ঘটনাই আজি ১৬ বছৰ সম্পূৰ্ণ কৰিলে। সেই দিনটোত গুৱাহাটী মহানগৰীৰ পানবজাৰ, ফাঁচী বজাৰ আৰু গনেশগুৰিৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাঁৱ ধৰাবাহিক বিস্ফোৰনত কপি উঠিছিল। এই বিস্ফোৰণৰ ফলত ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল ৪৭০ জন লোক।
আজি অভিশপ্ত ৩০ অক্টোবৰ

%20(3).jpeg)
0 Comments:
Post a Comment