গুৱাহাটীত বৃহৎ পৰিমাণৰ জালনোট জব্দ, ধৃত এজন
গুৱাহাটী,৯ নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ আই এছ বি টিত আৰক্ষীৰ অভিযান। অভিযানত জব্দ প্ৰায় ৭০ লাখ টকাৰ জাল নোট। এক গোপন সূত্ৰেদি আৰক্ষীৰ লগতে এছ অ' জি-এ অভিযান চলাই আটক কৰে এজন লোকক। লোক জনৰ নাম হাফিজ আলি আৰু ঘৰ ধেমাজিৰ গোগামুখত বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত ধৃত লোকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

0 Comments:
Post a Comment