হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটী,২৩ আগষ্ট : যশস্বী সাংবাদিক, সুলেখক হাইদৰ হুছেইন সম্প্ৰতি অসুস্থ হৈ থকাৰ বাবে তেখেতৰ খবৰ ল'বলৈ গুৱাহাটীৰ শান্তিপুৰস্থিত বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সোণোৱালে কয়, "অসমৰ সংবাদ জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা হুছেইন ডাঙৰীয়াই বিভিন্ন বিষয়ত এগৰাকী সমাজ সচেতকৰ ভূমিকা পালন কৰি আহিছে। তেখেতৰ সৈতে বাৰ্তালাপ কৰি স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লওঁ আৰু তেখেত সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ আশাৰে আশু আৰোগ্য কামনা কৰোঁ।"
 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment